Cold Wave Program by Markazul Ma’arif

Markazul Ma’arif distributed blankets to the people of various ethnic groups and communities, including Tribals, Karbis, Bengalis and Muslims. Under the leadership of Dr. S.H Choudhury, President of Markazul Ma’arif and Khalilur Rahman Lashkar, General Secretary, the blanket distribution program is being implemented. Many elderly, physically challenged people get blankets at once and thank Ajmal CSR. Jamal Uddin, Deputy Manager, Markazul Ma’arif, took the lead in organizing today’s program. Hindu, Muslim, Karbi, Adivasi are all present and it is like a beautiful garden.

আজি হোজাই জিলাৰ বৰবহাত তাৰেই নিদৰ্শন আজমল চিএছআৰ সংস্থা মৰ্কজুল মা আৰিফৰ৷ আজিৰ দিনটোতে বৰবহাত আদিবাসী, কাৰ্বি, বাঙালী, মুছলিমকে ধৰি বিভিন্ন জাতি, জনগোষ্ঠীৰ লোকক এহেজাৰ কম্বল বিতৰণ কৰে মৰ্কজুল মা আৰিফে৷ মৰ্কজৰ সভাপতি ডক্টৰ চামছুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰৰ নেতৃত্বত কম্বল বিতৰণ কাৰ্যসূচী নিয়াৰিকৈ ৰূপায়ন হয়৷ বহু কেইজন বৃদ্ধ, বৃদ্ধা আৰু শাৰীৰিকভাৱে অক্ষম লোকে একোখনকৈ কম্বল লাভ কৰি আজমল চিএছআৰক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ কাৰ্যসূচী সুন্দৰকৈ আয়োজন কৰাত আগভাগ লয় মৰ্কজুল মা আৰিফৰ ডেপুটি মেনেজাৰ জামাল উদ্দিনে৷ হিন্দু, মুছলিম, কাৰ্বি, আদিবাসী সকলোৰে উপস্থিতিত এখন মনোৰম বাগিছাসদৃশ হৈ পৰে বৰবহাৰ ৰাজহুৱা খেলপথাৰ৷

Markaz Cold Wave Program - Nov to Dec - 2020